সংবিধানৰ ৩৭০নং অনুচ্ছেদৰ বিলোপ আৰু কিছু কথা

 উদ্দীপ্ত হাজৰিকা   ভাৰতবৰ্ষৰ সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ বিলোপ সাধনৰ পাছত বিভিন্ন মহলৰ পৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া -ব্যক্ত কৰা হৈছিল। ইয়াৰ কিছু প্ৰতিক্ৰিয়া আহিছিল দেশৰ আভ্যন্তৰীণ মহলৰ কিছু শিবিৰৰ পৰা, যিসকলে বিভিন্ন কাৰণত জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ সন্দৰ্ভত সংবিধানৰ ৩৭০ নং অনুচ্ছেদত থকা উপবন্ধসমূহ বাহাল থকাতো বিচাৰে। অৰ্থাৎ ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনজাতিৰ বাবে থকা সুৰক্ষামূলক সাংবিধানিক উপবন্ধৰ উৰ্দ্ধত… Read More সংবিধানৰ ৩৭০নং অনুচ্ছেদৰ বিলোপ আৰু কিছু কথা